
সমন্বয়ৰ শাৰদীয় দূৰ্গাপূজাৰ আয়োজন 2018
নতুন দিল্লী ১৯/০৯/২০১৯ -উত্তৰ পশ্চিম দিল্লীস্থ সামাজিক সাংস্কৃতিক অনুস্থান “সমন্বয়ে” বিগত তিনিবছৰৰ দৰে এইবাৰো শাৰদীয় দূৰ্গাপূজা অনুস্থিত কৰিবৰ বাবে সাজু হৈছে । অসম আৰু অসমীয়া জাতিৰ স্বকীয়তা আৰু বৈশিষ্যতা অটুত ৰাখি প্ৰতিবছৰে তেওলোকে অসমৰ পুৰোহিতৰ দ্বাৰা দূৰ্গাপূজাৰ আয়োজন কৰি আহিছে । এইবাৰো পূজাৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুস্থান ,ওজাপালি ,নাম প্ৰসংগ আদিৰ লগত সপ্তমী , অষ্টমী আৰু নৱমীৰ দিনৰ ভাগত কন কন শিশু সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা যেনে চিত্ৰাংকন, আকস্মিক বক্ত