Content request for Samannay Magazine

"A request from Magazine secretary of Samannay to all"

আপোনালোক সকলোৱে ভালে আছে হয়তো। আলোচনী এখন উলিয়াই আছো দিল্লীৰ অসমীয়াবাসীয়ে 'সমন্বয়' নামৰ অনুষ্ঠান এটাৰ জৰিয়তে। তাৰবাবে লিখনি বিচৰা হৈছে।

তলৰ বিষয়বস্তু খিনি লৈ আমি আলোচনী খন উলিয়াম বুলি ভাবিছোঁ।

১) চিন্তন -অসমীয়া ভাষা, সাহিত্য - সংস্কৃতি ইতিহাস আৰু বৰ্তমান। - সাম্প্ৰতিক অসমৰ জলন্ত সমস্যা আৰু তাৰ সমাধান।

২) প্ৰবাসী অসমীয়া - সমাজ জীৱন,সামাজিক বা সাংস্কৃতিক অনুষ্ঠান আৰু তেওঁলোকৰ অসমীয়া সমাজলৈ অৱদান

৩) ভিন্নমত - দু্ৰ্গা পূজা আৰু অসমীয়া সমাজ।

৪) উত্তৰাধিকাৰী - শিশুৰ শিতান

৫) অৰ্ধ-আকাশ - মহিলাৰ শিতান

৬) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

৭) গল্প, উপন্যাস, কবিতা, খুহুতীয়া সাহিত্য

লিখনিবোৰ tridipkumar@gmail.com, malayaduttaborah@gmail.com বা parthapratim093@gmail.comলৈ পঠাব। অসমীয়া বা ইংৰাজী যিকোনো ভাষাত লিখনি পঠাব পাৰে। জানোঁ, বহু ব্যস্ত থাকে আপোনালোক সকলোৱে, তথাপি নপঠোৱাকৈ নাথাকিব, সময় আছে, ১০ আগষ্টৰ ভিতৰত পোৱাকৈ দিব।

Featured Posts
Recent Posts